blob: 2a0fc1c8e324463bec58abc8066ae7c0c5111808 [file] [log] [blame]
<?xml version="1.0" ?>
<!DOCTYPE translationbundle>
<translationbundle lang="as">
<translation id="102360288709523007">Googleলৈ ব্যৱহাৰৰ পৰিসংখ্যা আৰু ক্ৰেশ্ব ৰিপ’ৰ্ট পঠিয়াই Chromium ক অধিক উন্নত কৰাত সহায় কৰক।</translation>
<translation id="1185134272377778587">Chromiumৰ বিষয়ে</translation>
<translation id="1257458525759135959">প্ৰতিচ্ছবিসমূহ ছেভ কৰিবলৈ Chromiumক আপোনাৰ ফট’সমূহত যোগ দিয়াৰ অনুমতি দিবলৈ ছেটিংসমূহত টিপক</translation>
<translation id="1289216811211435351">Chromiumলৈ সলনি কৰক</translation>
<translation id="1361748954329991663">Chromium পুৰণি হৈছে। <ph name="BEGIN_LINK" />App Store<ph name="END_LINK" />ত কোনো আপডে’ট নাথাকিলে এয়া সম্ভৱ যে আপোনাৰ ডিভাইচটোৱে Chromiumৰ নতুন সংস্কৰণসমূহ আৰু সমৰ্থন নকৰে।</translation>
<translation id="1431818719585918472">Chromiumক আপোনাৰ ইনক’গনিট’ টেবসমূহ লক কৰিবলৈ দিয়ক।</translation>
<translation id="1472013873724362412">আপোনাৰ একউণ্টটো Chromiumত কাম নকৰে। ছাইন ইন কৰিবলৈ অনুগ্ৰহ কৰি আপোনাৰ ড’মেইনৰ প্ৰশাসকৰ সৈতে যোগাযোগ কৰক বা সচৰাচৰ ব্যৱহাৰ কৰা এটা Google Account ব্যৱহাৰ কৰক।</translation>
<translation id="1507010443238049608">Chromiumৰ সুবিধা আৰু কার্যদক্ষতা উন্নত কৰাত সহায় কৰক</translation>
<translation id="1617663976202781617">Chromium ছিংকৰ ডেটা</translation>
<translation id="1736662517232558588">Chromium ডেটা মচা হ’ল</translation>
<translation id="1838412507805038478">Chromiumএ সত্যাপন কৰিলে <ph name="ISSUER" />এ এই ৱেবছাইটৰ প্ৰমাণপত্ৰ প্ৰদান কৰে।</translation>
<translation id="1843424232666537147">আপোনাক Chromiumত থকা সুবিধাসমূহে নিজৰ ইণ্টাৰনেট ডেটা আৰু কিমান ক্ষিপ্ৰতাৰে আপুনি ৱেবপৃষ্ঠাসমূহ ল’ড কৰিব পাৰে সেইয়া পৰিচালনা কৰাত সহায় কৰিব।
<ph name="BEGIN_LINK" />অধিক জানক<ph name="END_LINK" /></translation>
<translation id="2006345422933397527">Chromiumএ আপডে’টৰ বাবে পৰীক্ষা কৰিব নোৱাৰিলে। আপোনাৰ ইণ্টাৰনেট সংযোগ পৰীক্ষা কৰি চাওক।</translation>
<translation id="2054703085270098503">Chromiumৰ সৈতে সুৰক্ষিত হৈ থাকক</translation>
<translation id="2075400798887076382">আপুনি নিজৰ কম্পিউটাৰত খোলা টেবৰ এক্সেছ ইয়াৰপৰাই পাওক। আপোনাৰ কম্পিউটাৰত Chromium খুলি মেনুলৈ যাওক আৰু “Chromiumত ছাইন ইন কৰক…” বাছনি কৰক</translation>
<translation id="2168108852149185974">কিছুমান এড-অনৰ কাৰণে Chrome ক্ৰেশ্ব হয়। অনুগ্ৰহ কৰি ইয়াক আনইনষ্টল কৰক:</translation>
<translation id="2178608107313874732">এই মুহূৰ্তত Chromiumএ আপোনাৰ কেমেৰা ব্যৱহাৰ কৰিব নোৱাৰে</translation>
<translation id="2195025571279539885">আপুনি এই ছাইটবোৰৰ <ph name="LANGUAGE_NAME" /> পৃষ্ঠাবোৰ Chromiumএ অনুবাদ কৰি দিয়াটো বিচাৰিবনে?</translation>
<translation id="2590893390871230428">আপোনাৰ Chromium ডেটা ছিংক কৰক</translation>
<translation id="2650312721222849884">আপুনি Chromium ব্যৱহাৰ কৰা সকলো ডিভাইচৰ পৰা নিজৰ টেবসমূহ চাবলৈ ছিংক অন কৰক</translation>
<translation id="2684230048001240293">আপোনাৰ আটাইবোৰ ডিভাইচত আপোনাৰ টেব, পাছৱৰ্ড আৰু পৰিশোধ বিষয়ক তথ্য ছিংক কৰিবলৈ Chromiumক ডিফ’ল্ট হিচাপে ছেট কৰক</translation>
<translation id="2730884209570016437">অন্য কোনো এপ্লিকেশ্বনে আপোনাৰ কেমেৰা ব্যৱহাৰ কৰি থকাৰ বাবে Chromiumএ সেয়া ব্যৱহাৰ কৰিব নোৱাৰে</translation>
<translation id="2915596697727466327">আপোনাৰ পাছৱর্ডসমূহলৈ কৰ্তৃত্ব প্ৰাপ্ত এক্সেছৰ সম্পর্কে নিশ্চিত কৰিবলৈ Chromiumএ মুখমণ্ডলৰ আইডি ব্যৱহাৰ কৰে।</translation>
<translation id="2918709798697875261">আপোনাৰ প্ৰতিষ্ঠানৰ বাবে আপুনি Chromiumৰ পৰা ছাইন আউট হৈ থকাৰ আৱশ্যক।</translation>
<translation id="2942241131342758843">লিংক খুলিবলৈ, ৱিজেটৰ পৰা সন্ধান কৰিবলৈ আৰু অন্য এপত পাছৱৰ্ড স্বয়ংক্ৰিয়ভাৱে পূৰ কৰিবলৈ ডিফ’ল্ট হিচাপে Chromium ব্যৱহাৰ কৰক</translation>
<translation id="2977470724722393594">Chromium একেবাৰে শেহতীয়া অৱস্থাত আছে</translation>
<translation id="3256316712990552818">Chromiumত প্ৰতিলিপি কৰা হ’ল</translation>
<translation id="3344973607274501920">Chromiumএ আপোনাৰ পাছৱর্ডসমূহ পৰীক্ষা কৰিব নোৱাৰিলে। আপোনাৰ ইণ্টাৰনেট সংযোগ পৰীক্ষা কৰি চাওক।</translation>
<translation id="3472200483164753384">Chromium Canaryত সমৰ্থিত নহয়</translation>
<translation id="3639997914391704523">আপুনি নিজৰ Google একাউণ্টটোৰ জৰিয়তে ছাইন ইন কৰিলে Chromiumএ আপোনাৰ পাছৱর্ডসমূহ পৰীক্ষা কৰিব পাৰে।</translation>
<translation id="3805899903892079518">আপোনাৰ ফট’ আৰু ভিডিঅ’সমূহত Chromiumৰ এক্সেছ নাই। iOS ছেটিং &gt; গোপনীয়তা &gt; ফট’-ত এক্সেছ সক্ষম কৰক।</translation>
<translation id="3946918322491238254">আপুনি এই ডিভাইচটোত থকা আপোনাৰ আটাইবোৰ বুকমাৰ্ক, ইতিহাস, পাছৱৰ্ড আৰু অন্য ছেটিং তথাপিও চাব পাৰে। যদি আপুনি কোনো সালসলনি কৰে, সেয়া আপোনাৰ একাউণ্টত ছিংক কৰা নহ’ব।</translation>
<translation id="4099085513035183040">Chromium বিটাত সমৰ্থিত নহয়</translation>
<translation id="4166206055865952171">Chromiumক আপোনাৰ ডিফ’ল্ট ব্ৰাউজাৰ কৰক</translation>
<translation id="4555020257205549924">যেতিয়া এই সুবিধাটো অন কৰি ৰখা হয় তেতিয়া Chromiumএ অন্য ভাষাত থকা পৃষ্ঠা Google Translate ব্যৱহাৰ কৰি অনুবাদ কৰাৰ সুবিধা দিয়ে। <ph name="BEGIN_LINK" />অধিক জানক<ph name="END_LINK" /></translation>
<translation id="4585809515399340748">এতিয়া আপুনি বাৰ্তা, নথি আৰু অন্য এপ্‌সমূহত থকা লিংকত টিপিলে যিকোনো সময়তে Chromium ব্যৱহাৰ কৰিব পাৰে।</translation>
<translation id="4681781466797808448">Chromium স্কেনাৰ অন কৰক</translation>
<translation id="4736424910885271643">আপোনাৰ একাউণ্টটো <ph name="HOSTED_DOMAIN" />এ পৰিচালনা কৰে, গতিকে আপোনাৰ Chromiumৰ ডেটাখিনি এই ডিভাইচটোৰ পৰা মচা হ’ব</translation>
<translation id="4787850887676698916">আপুনি নিজৰ অন্য ডিভাইচসমূহৰ Chromiumত খোলা টেবসমূহ ইয়াত প্ৰদর্শিত হ’ব।</translation>
<translation id="4828317641996116749">Chromiumএ সকলো পাছৱৰ্ড পৰীক্ষা কৰিব নোৱাৰিলে। পাছত পুনৰ চেষ্টা কৰক।</translation>
<translation id="4985291216379576555">অফলাইন হৈ থাকিলে Chromiumএ আপডে’টৰ বাবে পৰীক্ষা কৰিব নোৱাৰে</translation>
<translation id="4999538639245140991">আপুনি যিহেতু <ph name="SIGNOUT_MANAGED_DOMAIN" />এ পৰিচালনা কৰা এটা একাউণ্টৰ পৰা ছাইন আউট কৰি আছে আপোনাৰ Chromium ডেটা এই ডিভাইচটোৰ পৰা মচা যাব। আপোনাৰ ডেটা নিজৰ Google একাউণ্টত থাকিব যাব।</translation>
<translation id="5224391634244552924">ছেভ কৰা কোনো পাছৱৰ্ড নাই। আপুনি নিজৰ পাছৱর্ডসমূহ ছেভ কৰিলে Chromiumএ সেইবোৰ পৰীক্ষা কৰিব পাৰে।</translation>
<translation id="5308226104666789935">Chromiumএ আপডে’টৰ বাবে পৰীক্ষা কৰিব নোৱাৰে</translation>
<translation id="5396916991083608703">Chromiumক ডিফ’ল্ট হিচাপে ছেট কৰিবনে?</translation>
<translation id="5521125884468363740">আপুনি Chromium ব্যৱহাৰ কৰা সকলো ডিভাইচৰ পৰা নিজৰ টেবসমূহ চাবলৈ ছাইন ইন কৰক আৰু ছিংক অন কৰক</translation>
<translation id="5573014823074921752">Chromium ব্যৱহাৰৰ কিটিপ। টেবৰ অধিক বিকল্প পাবলৈ আপোনাৰ স্ক্রীণৰ একেবাৰে ওপৰত অথবা তলত থকা টুলবাৰৰ টেব দেখুৱাওক বুটামটো স্পৰ্শ কৰি ধৰি ৰাখক।</translation>
<translation id="5700709190537129682">Chromiumএ আপোনাৰ পাছৱর্ডসমূহ পৰীক্ষা কৰিব নোৱাৰে</translation>
<translation id="5742135483959137648">লিংক খুলিবলৈ Chromium ব্যৱহাৰ কৰক</translation>
<translation id="5777187867430702742">Chromium পৃষ্ঠা</translation>
<translation id="5862307444128926510">Chromium লৈ স্বাগতম</translation>
<translation id="5945387852661427312">আপুনি <ph name="DOMAIN" />এ পৰিচালনা কৰা এটা একাউণ্টৰ জৰিয়তে ছাইন ইন কৰিছে আৰু সেইটোৰ প্ৰশাসকক আপোনাৰ Chromium ডেটা নিয়ন্ত্ৰণ কৰিবলৈ সুবিধা দিছে। আপোনাৰ ডেটা এই একাউণ্টটোৰ সৈতে স্থায়ীভাৱে সংযুক্ত হৈ থাকিব। Chromiumৰ পৰা ছাইন আউট কৰিলে আপোনাৰ ডেটা মচা যাব কিন্ত সেইবোৰ আপোনাৰ Google একাউণ্টত জমা হৈয়ে থাকিব।</translation>
<translation id="602807004951640891">আপুনি Chromium ব্যৱহাৰ কৰি <ph name="BEGIN_LINK_TOS" />সেৱাৰ চৰ্তাৱলী<ph name="END_LINK_TOS" />ত সন্মত হৈছে।</translation>
<translation id="6119647025869519954">Chromiumক আপোনাৰ ডিফ’ল্ট ব্ৰাউজাৰ কৰিবলৈ:
১) ছেটিং খোলক
২) ডিফ’ল্ট ব্ৰাউজাৰ এপত টিপক
৩) Chromium বাছনি কৰক।</translation>
<translation id="6268381023930128611">Chromiumৰ পৰা ছাইন আউট কৰিবনে?</translation>
<translation id="6337530241089703714">এই ডিভাইচটোৰ পৰা আপোনাৰ Chromiumৰ ডেটা মচিবনে ৰাখিব সেয়া বাছনি কৰক</translation>
<translation id="6424492062988593837">Chromium আৰু উন্নত হৈছে! এটা নতুন সংস্কৰণ আছে।</translation>
<translation id="6820823224820483452">Chromiumএ সকলো পাছৱৰ্ড পৰীক্ষা কৰিব নোৱাৰিলে। কাইলৈ পুনৰ চেষ্টা কৰক।</translation>
<translation id="6827294685447036764">আপুনি যদি Chromiumক আপোনাৰ অৱস্থানৰ বিষয়ে জানিবলৈ দিয়ে, Chromiumএ সেয়া আপুনি অনুমতি দিয়া সকলো ছাইটলৈ পঠিয়ায়। ছাইটসমূহৰ আপোনাক ওচৰ-পাজৰৰ দোকান অথবা বাতৰিৰ দৰে স্থানীয় তথ্য দেখুৱাবলগীয়া থাকিলে সেইসমূহে আপোনাক অৱস্থানৰ বিষয়ে সুধিব পাৰে।</translation>
<translation id="7018284295775193585">Chromium আপডে’ট হ’ব নোৱাৰে</translation>
<translation id="7099326575020694068">Chromiumএ বিভাজিত ম’ডত আপোনাৰ কেমেৰা ব্যৱহাৰ কৰিব নোৱাৰে</translation>
<translation id="7118091470949186573">এতিয়া আপুনি বাৰ্তা, নথি আৰু অন্য এপ্‌সমূহত লিংকসমূহত টিপিলে যিকোনো সময়তে Chromium ব্যৱহাৰ কৰিব পাৰে।</translation>
<translation id="7208566199746267865">আপোনাৰ একাউণ্টসমূহ ৱেবলৈ আনি Chromiumএ আপোনাৰ সময় ৰাহি কৰে। আপুনি ছেটিংসমূহ-ত একাউন্ট যোগ কৰিব বা আঁতৰাব পাৰে।</translation>
<translation id="725427773388857052">Chromiumএ আপোনাক ডেটা উলংঘন, অসুৰক্ষিত ৱেবছাইট তথা আন বহুতৰ পৰা সুৰক্ষিত হৈ থকাত সহায় কৰিব পাৰে।</translation>
<translation id="7269362888766543920">কিছুমান এড-অনৰ কাৰণে Chrome ক্ৰেশ্ব হয়। অনুগ্ৰহ কৰি সেইবোৰ আনইনষ্টল কৰি চাওক।</translation>
<translation id="7313655110045230863">Chromiumক আপোনাৰ ডিফ’ল্ট ব্ৰাউজাৰ কৰিবলৈ ছেটিং খোলক। ডিফ’ল্ট ব্ৰাউজাৰ এপত টিপক আৰু তাৰ পাছত Chromium বাছনি কৰক।</translation>
<translation id="7337881442233988129">Chromium</translation>
<translation id="7357211569052832586">বাছনি কৰা ডেটাখিনি Chromium আৰু ছিংক কৰি থোৱা ডিভাইচসমূহৰ পৰা আঁতৰোৱা হৈছে। Googleৰ অন্য সেৱাত কৰা সন্ধান আৰু অন্যান্য কাৰ্যকলাপৰ দৰে আপোনাৰ Google একাউণ্টৰ অইন ধৰণৰ ব্ৰাউজিঙৰ ইতিহাস history.google.comত থাকিব পাৰে।</translation>
<translation id="7400689562045506105">সকলোতে Chromium ব্যৱহাৰ কৰক</translation>
<translation id="766897673682622022">কোনো ডেটা উলংঘনৰ ফলত আপোনাৰ পাছৱৰ্ডটো ফাদিল হৈছে। Chromiumএ পাছৱৰ্ডটো এতিয়াই সলনি কৰাটো চুপাৰিছ কৰে।</translation>
<translation id="7674213385180944843">ছেটিংসমূহ &gt; গোপনীয়তা &gt; কেমেৰা &gt; Chromium খোলক আৰু তাৰ পিছত কেমেৰাটো অন কৰক।</translation>
<translation id="7746854981345936341">Chromium ব্যৱহাৰৰ কীটিপ। উভতি যোৱা, ফ’ৰৱাৰ্ড কৰা আৰু সন্ধান কৰাৰ দৰে কাৰ্যৰ বাবে ব্যৱহাৰ কৰা কিছুমান বুটাম এতিয়া আপোনাৰ স্ক্ৰীণত আছে।</translation>
<translation id="7763454117143368771">বিপজ্জনক ছাইটৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ আৰু আপোনাৰ পাছৱৰ্ডসমূহ নিৰাপদে ৰাখিবলৈ Chromiumক আপোনাৰ ডিফ’ল্ট ব্ৰাউজাৰ হিচাপে ব্যৱহাৰ কৰক</translation>
<translation id="786327964234957808">আপুনি ছিংক কৰা একাউণ্ট <ph name="USER_EMAIL1" />ৰ পৰা <ph name="USER_EMAIL2" />লৈ সলনি কৰিছে। আপোনাৰ বৰ্তমানৰ Chromium ডেটা <ph name="DOMAIN" />এ পৰিচালনা কৰি আছে। এই কাৰ্যই আপোনাৰ ডেটা এই ডিভাইচটোৰপৰা মচি পেলাব কিন্তু আপোনাৰ ডেটাবোৰ <ph name="USER_EMAIL1" />ত থাকিব।</translation>
<translation id="7890287942691234100">Chromium স্কেনাৰ ব্যৱহাৰ কৰা আৰম্ভ কৰক</translation>
<translation id="7928628054454574139">আপুনি অন্য এপত লিংকসমূহত টিপিলে যিকোনো সময়তে Chromium খোলক</translation>
<translation id="7931842119211730154">আপুনি Chromium বন্ধ কৰিলে ইনক’গনিট’ টেবসমূহ লক কৰক</translation>
<translation id="7980860476903281594">আপুনি অনুমতি দিয়া ছাইটসমূহৰ সৈতে Chromiumএ আপোনাৰ অৱস্থান শ্বেয়াৰ কৰে।</translation>
<translation id="8013573822802650211">আপুনি Chromium ব্যৱহাৰ কৰা সকলো ডিভাইচৰ পৰা নিজৰ টেবসমূহ চাবলৈ আপোনাৰ সকলো ডিভাইচত ছাইন ইন কৰক</translation>
<translation id="8073677936375100957">এই ডিভাইচটোৰ পৰা Chromium ডেটা মচিবনে?</translation>
<translation id="8175055321229419309">পৰামৰ্শ: <ph name="BEGIN_LINK" />Chromiumক আপোনাৰ ড’কলৈ নিয়ক<ph name="END_LINK" /></translation>
<translation id="8240981428553046115">Chromiumএ আপডে’টৰ বাবে পৰীক্ষা কৰিব নোৱাৰিলে। পাছত পুনৰ চেষ্টা কৰক।</translation>
<translation id="8586442755830160949">স্বত্ত্বাধিকাৰ <ph name="YEAR" /> The Chromium Authors. সর্বস্বত্ব সংৰক্ষিত।</translation>
<translation id="8663480472502753423">Chromium আপ টু ডে’ট কৰি ৰাখক</translation>
<translation id="8776843108004031667">এই একাউণ্টটো আৰু যিকোনো ছেভ নকৰা ডেটা Chromiumৰ পৰা আঁতৰোৱা হ’ব।</translation>
<translation id="894437814105052438">আপুনি ছাইন আউট কৰিলে Chromiumএ আপোনাৰ Google একাউণ্টত কোনো নতুন ডেটা ছিংক নকৰিব। পূৰ্বে ছিংক কৰা ডেটাখিনি একাউণ্টটোতে থাকে।</translation>
<translation id="9022552996538154597">Chromiumত ছাইন ইন কৰক</translation>
<translation id="9089354809943900324">Chromiumটো অতি পুৰণি</translation>
<translation id="921174536258924340">Chromiumএ সকলো পাছৱৰ্ড পৰীক্ষা কৰিব নোৱাৰিলে। কাইলৈ পুনৰ চেষ্টা কৰক অথবা <ph name="BEGIN_LINK" />আপোনাৰ Google একাউণ্টত পাছৱর্ডসমূহ পৰীক্ষা কৰক।<ph name="END_LINK" /></translation>
<translation id="985602178874221306">The Chromium Authors</translation>
</translationbundle>