blob: a4271f4459260ab85286949729b9e4db9ba94179 [file] [log] [blame]
<?xml version="1.0" ?>
<!DOCTYPE translationbundle>
<translationbundle lang="as">
<translation id="1002108253973310084">কোনো অমিল প্ৰ'ট'কলৰ সংস্কৰণ চিনাক্ত কৰা হৈছিল। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপোনাৰ দুয়োটা কম্পিউটাৰতে ছফৱেৰটোৰ শেহতীয়া সংস্কৰণ ইনষ্টল কৰা আছে আৰু আকৌ চেষ্টা কৰক।</translation>
<translation id="1008557486741366299">এতিয়া নহয়</translation>
<translation id="1050693411695664090">বেয়া</translation>
<translation id="1152528166145813711">বাছনি কৰক…</translation>
<translation id="1199593201721843963">ৰিম’ট সংযোগ অক্ষম কৰক</translation>
<translation id="1201402288615127009">পৰৱৰ্তী</translation>
<translation id="1291443878853470558">আপুনি এই কম্পিউটাৰটো এক্সেছ কৰিবলৈ Chromoting ব্যৱহাৰ কৰিব বিচাৰিলে ৰিম’ট সংযোগ সক্ষম কৰিব লাগিব৷</translation>
<translation id="1297009705180977556"><ph name="HOSTNAME" />লৈ সংযোগ কৰাত কিবা আসোঁৱাহ হৈছে</translation>
<translation id="1324095856329524885">(এই সুবিধাটো এতিয়াও আপোনাৰ কম্পিউটাৰৰ বাবে উপলব্ধ হোৱা নাই)</translation>
<translation id="1342297293546459414">কোনো শ্বেয়াৰ কৰা কম্পিউটাৰ চাওক আৰু নিয়ন্ত্ৰণ কৰক।</translation>
<translation id="1389790901665088353">Chrome ৰিম’ট ডেস্কটপ হ’ষ্ট ইনষ্টলাৰ ডাউনল’ড কৰক</translation>
<translation id="1450760146488584666">আপুনি অনুৰোধ কৰা বস্তুটো নাই।</translation>
<translation id="1480046233931937785">স্বীকৃতি</translation>
<translation id="1520828917794284345">খাপখাই পৰিবলৈ ডেস্কট’পৰ আকাৰ সলনি কৰক</translation>
<translation id="154040539590487450">ৰিম'ট এক্সেছ সেৱা আৰম্ভ কৰিব পৰা নগ'ল।</translation>
<translation id="1546934824884762070">কোনো অপ্ৰত্যাশিত আসোঁৱাহ হৈছে। অনুগ্ৰহ কৰি এই সমস্যা সম্পর্কে বিকাশকর্তাক অভিযোগ কৰক।</translation>
<translation id="1624185583382384493">Chrome ৰিম’ট ডেস্কটপ এতিয়া ৱেবত উপলব্ধ। আমাৰ <ph name="LINK_BEGIN" />ৱেব এপ্‌<ph name="LINK_END" /> ব্যৱহাৰ কৰি চাওক —এইটো দ্ৰুত তথা বিনামূলীয়া আৰু এইটোত বহুসংখ্যক মনিটৰৰ উন্নত সমৰ্থনকে ধৰি বিভিন্ন সুবিধা আছে।</translation>
<translation id="1643640058022401035">এই পৃষ্ঠাটোৰ পৰা ওলাই গ'লে আপোনাৰ Chromoting ছেশ্বনটো শেষ হ'ব।</translation>
<translation id="1654128982815600832">এই কম্পিউটাৰৰ ৰিম’ট সংযোগ সক্ষম কৰি থকা হৈছে…</translation>
<translation id="1697532407822776718">আপুনি সম্পূৰ্ণ সাজু!</translation>
<translation id="170207782578677537">এই কম্পিউটাৰটো পঞ্জীয়ন কৰিব পৰা নগ’ল৷</translation>
<translation id="174018511426417793">আপোনাৰ কোনো পঞ্জীভুক্ত কম্পিউটাৰ নাই। কোনো কম্পিউটাৰত ৰিম’ট সংযোগ সক্ষম কৰিবলৈ Chrome ৰিম’ট ডেস্কটপ ইনষ্টল কৰক আৰু তাৰ পিছত “<ph name="BUTTON_NAME" />”ত ক্লিক কৰক।</translation>
<translation id="1742469581923031760">সংযোগ কৰি থকা হৈছে…</translation>
<translation id="1770394049404108959">মই এপ্লিকেশ্বনটো খুলিব পৰা নাই।</translation>
<translation id="177096447311351977">ক্লাইণ্টৰ চেনেল আইপি: <ph name="CLIENT_GAIA_IDENTIFIER" /> ip=’<ph name="CLIENT_IP_ADDRESS_AND_PORT" />’ host_ip=’<ph name="HOST_IP_ADDRESS_AND_PORT" />’ চেনেল=’<ph name="CHANNEL_TYPE" />’ সংযোগ=’<ph name="CONNECTION_TYPE" />’।</translation>
<translation id="1779766957982586368">ৱিণ্ড’ বন্ধ কৰক</translation>
<translation id="1841799852846221389">এই কম্পিউটাৰটোৰ বাবে ৰিম’ট সংযোগ অক্ষম কৰি থকা হৈছে…</translation>
<translation id="1897488610212723051">মচক</translation>
<translation id="195619862187186579">কীব’ৰ্ডৰ লে’আউট</translation>
<translation id="1996161829609978754">Chromeএ Chromoting হ’ষ্ট ইনষ্টলাৰক ডাউনল’ড কৰি আছে। ডাউনল’ড সম্পূৰ্ণ হোৱাৰ পাছত, অনুগ্ৰহ কৰি অব্যাহত ৰখাৰ পূর্বে ইনষ্টলাৰ চলাওক।</translation>
<translation id="2009755455353575666">সংযোগ কৰিব পৰা নগ’ল</translation>
<translation id="2013884659108657024">Chromeএ Chrome ৰিম’ট ডেস্কটপ হ’ষ্ট ইনষ্টলাৰ ডাউনল’ড কৰি আছে৷ ডাউনল’ড সম্পূৰ্ণ হোৱাৰ পাছত, অনুগ্ৰহ কৰি অব্যাহত ৰখাৰ পূর্বে ইনষ্টলাৰ চলাওক।</translation>
<translation id="2013996867038862849">যোৰা লগাই থোৱা সকলো ক্লায়েণ্ট মচা হৈছে।</translation>
<translation id="2038229918502634450">নীতিত হোৱা সালসলনি প্ৰয়োগ কৰিবলৈ হ‘ষ্ট ৰিষ্টাৰ্ট হৈছে।</translation>
<translation id="2046651113449445291">নিম্নলিখিত ক্লায়েণ্টসমূহক এই কম্পিউটাৰৰ সৈতে যোৰা লগোৱা হৈছে আৰু এইবোৰক কোনো পিনৰ অবিহনেই সংযোগ কৰিব পৰা যায়। আপুনি যিকোনো সময়তে প্ৰত্যেকজন ক্লায়েণ্টৰ বাবে সুকীয়াকৈ বা সকলোৰে বাবে একেলগে এই অনুমতি বাদ দিব পাৰে।</translation>
<translation id="2078880767960296260">হ'ষ্ট প্ৰ'চেছ</translation>
<translation id="20876857123010370">ট্ৰেকপেড ম’ড</translation>
<translation id="2089514346391228378">এই কম্পিউটাৰলৈ ৰিম’ট সংযোগ সক্ষম কৰা হৈছে।</translation>
<translation id="2198363917176605566"><ph name="PRODUCT_NAME" />টো ব্যৱহাৰ কৰিবলৈ আপুনি 'স্ক্রীণ ৰেকৰ্ডিঙৰ' অনুমতি দিয়াৰ প্ৰয়োজন যাতে এই Macটোত থকা স্ক্ৰীণৰ সমলসমূহক দূৰৰ মেচিনটোলৈ পঠিয়াব পৰা যায়।
এই অনুমতিটো দিবলৈ, স্ক্রীণ ৰেকৰ্ডিঙৰ অগ্ৰাধিকাৰসমূহৰ ক্ষেত্ৰখন খুলিবলৈ তলত থকা <ph name="BUTTON_NAME" />ত ক্লিক কৰক আৰু তাৰ পাছত '<ph name="SERVICE_SCRIPT_NAME" />' নামৰ কাষত থকা বাকচটো টিক মাৰ্ক দিয়ক।
যদি '<ph name="SERVICE_SCRIPT_NAME" />'ত ইতিমধ্যে টিক মাৰ্ক দিয়া আছে, সেইটো আঁতৰাই পুনৰাই দিয়ক।</translation>
<translation id="2208514473086078157">নীতিৰ ছেটিংসমূহে এই কম্পিউটাৰটো Chrome Remote Desktop হ’ষ্ট হিচাপে শ্বেয়াৰ কৰাৰ অনুমতি নিদিয়ে। সহায়ৰ বাবে আপোনাৰ ছিষ্টেম প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।</translation>
<translation id="2220529011494928058">কোনো সমস্যাৰ অভিযোগ দিয়ক</translation>
<translation id="2221097377466213233">Win কীৰ বাবে সোঁফালৰ Ctrl ব্যৱহাৰ কৰক (Macত ⌘)</translation>
<translation id="2235518894410572517">অন্য ব্যৱহাৰকাৰী এজনে চাব আৰু শ্বেয়াৰ কৰিব পৰাকৈ এই কম্পিউটাৰটো শ্বেয়াৰ কৰক।</translation>
<translation id="2246783206985865117">এই ছেটিংটো আপোনাৰ ড'মেইন নীতিৰ দ্বাৰা পৰিচালনা কৰা হয়।</translation>
<translation id="2256115617011615191">এতিয়াই ৰিষ্টার্ট কৰক</translation>
<translation id="225614027745146050">স্বাগতম</translation>
<translation id="228809120910082333">Chromotingৰ জৰিয়তে এক্সেছ দিবলৈ তলত আপোনাৰ একাউণ্ট আৰু পিন নিশ্চিত কৰক।</translation>
<translation id="2314101195544969792">আপোনাৰ <ph name="APPLICATION_NAME" />ৰ ছেশ্বন কিছুসময় ধৰি নিষ্ক্রিয় হৈ আছে আৰু সেইটোৰ সংযোগ অতি সোনকালে বিচ্ছিন্ন হ'ব।</translation>
<translation id="2317666076142640974">নতুন <ph name="LINK_BEGIN" />Chrome Remote Desktop ৱেব<ph name="LINK_END" /> এপ্‌টো পূৰ্বাভাস পাওক। আমি আপোনাৰ মতামত জানিবলৈ পালে অত্যন্ত সুখী হ‘ম।</translation>
<translation id="2320166752086256636">কীব'ৰ্ড লুকুৱাওক</translation>
<translation id="2353140552984634198">আপুনি Chromoting ব্যৱহাৰ কৰি এই কম্পিউটাৰটো সুৰক্ষিতভাৱে এক্সেছ কৰিব পাৰিব পাৰে।</translation>
<translation id="2359808026110333948">অব্যাহত ৰাখক</translation>
<translation id="2366718077645204424">হ‘ষ্টৰ সৈতে সংযোগ কৰিব পৰা নগ‘ল। এইটো সম্ভৱতঃ আপুনি ব্যৱহাৰ কৰি থকা নেটৱৰ্কটোৰ কনফিগাৰেশ্বনৰ কাৰণে হৈছে।</translation>
<translation id="2370754117186920852"><ph name="OPTIONAL_OFFLINE_REASON" /> অন্তিমবাৰ অনলাইন দেখা গৈছিল <ph name="RELATIVE_TIMESTAMP" />ত।</translation>
<translation id="2405928220797050937">এই এপ্‌টো আৰু সমৰ্থন কৰা নহয়। আপুনি শেহতীয়া সুবিধা আৰু সুৰক্ষা সম্পৰ্কীয় আপডে'টসমূহ পাই থকা বুলি নিশ্চিত হ'বলৈ অনুগ্ৰহ কৰি <ph name="LINK_BEGIN" />Chrome ৰিম'ট ডেস্কটপ ৱেব এপ্‌<ph name="LINK_END" /> ব্যৱহাৰ কৰক।</translation>
<translation id="2499160551253595098">ব্যৱহাৰৰ পৰিসংখ্যা আৰু ক্ৰেশ্ব ৰিপ’ৰ্ট সংগ্ৰহ কৰাৰ অনুমতি দি Chrome ৰিম’ট ডেস্কটপ উন্নত কৰাত আমাক সহায় কৰক।</translation>
<translation id="2504109125669302160"><ph name="PRODUCT_NAME" />ক সাধ্য সুবিধাসমূহৰ অনুমতি দিয়ক</translation>
<translation id="2509394361235492552"><ph name="HOSTNAME" />ৰ সৈতে সংযোজিত</translation>
<translation id="2512228156274966424">টোকা: সকলো কীব'র্ড শ্বৰ্টকাট থকাটো নিশ্চিত কৰিবলৈ আপুনি Chrome ৰিম’ট ডেস্কটপ ‘ৱিণ্ড' হিচাপে খোলক’-ত কনফিগাৰ কৰিব পাৰে।</translation>
<translation id="2540992418118313681">আপুনি এই কম্পিউটাৰটো আন ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰিবলৈ বা চাবলৈ শ্বেয়াৰ কৰিবনে?</translation>
<translation id="2579271889603567289">হ’ষ্ট ক্ৰেশ্ব হৈছে বা আৰম্ভ কৰাত বিফল হৈছে।</translation>
<translation id="2599300881200251572">এই সেৱাটোৱে Chrome ৰিম’ট ডেস্কটপ ক্লাইণ্টসমূহৰ পৰা অন্তৰ্গামী সংযোগসমূহ সক্ষম কৰে।</translation>
<translation id="2647232381348739934">Chromoting সেৱা</translation>
<translation id="2676780859508944670">কাম কৰি আছে…</translation>
<translation id="2699970397166997657">Chromoting</translation>
<translation id="2747641796667576127">ছফ্টৱেৰ সাধাৰণতে স্বয়ংক্ৰিয়ভাৱে আপডে’ট হয়, কিন্তু কেতিয়াবা কিছু ক্ষেত্ৰত সেয়া বিফলো হ’ব পাৰে। ছফ্টৱেৰ আপডে’ট কৰোঁতে বেছি সময় লাগিব নালাগে আৰু আপুনি নিজৰ কম্পিউটাৰৰ সৈতে দূৰৈৰপৰা সংযোগ হৈ থাকিও সেয়া কৰিব পাৰে।</translation>
<translation id="2758123043070977469">বিশ্বাসযোগ্যতা প্ৰমাণীকৰণ কৰি থাকোঁতে কিবা আসোঁৱাহ হ’ল।</translation>
<translation id="2803375539583399270">পিন দিয়ক</translation>
<translation id="2841013758207633010">সময়</translation>
<translation id="2851754573186462851">Chromium এপ্ ষ্ট্ৰীমিং</translation>
<translation id="2888969873284818612">ইণ্টাৰনেট সম্পৰ্কীয় আসোঁৱাহ সংঘটিত হৈছে৷ আপোনাৰ ডিভাইচ আকৌ অনলাইন হ’লে আমি এপটো ৰিষ্টাৰ্ট কৰিম৷</translation>
<translation id="2891243864890517178">Mac (OS X Yosemite 10.10 আৰু তাতকৈ ওপৰৰ সংস্কৰণ)ৰ বাবে</translation>
<translation id="2894654864775534701">এই কম্পিউটাৰটো বর্তমান অন্য কোনো একাউণ্টৰ অধীনত শ্বেয়াৰ কৰা হৈছে।</translation>
<translation id="2919669478609886916">আপুনি বৰ্তমান এই মেচিনটো অন্য এজন ব্যৱহাৰকাৰীৰ সৈতে শ্বেয়াৰ কৰি আছে। আপুনি শ্বেয়াৰ কৰি থাকিব বিচাৰেনে?</translation>
<translation id="2921543551052660690">আপুনি আগতে <ph name="USER_NAME" /> (<ph name="USER_EMAIL" />) হিচাপে ছাইন ইন হৈ আছিল। সেই একাউণ্টত আপোনাৰ কম্পিউটাৰ এক্সেছ কৰিবলৈ সেই একাউণ্টৰ সৈতে <ph name="LINK_BEGIN" />Chromiumত ছাইন ইন কৰক<ph name="LINK_END" /> আৰু Chromoting পুনৰ ইনষ্টল কৰক।</translation>
<translation id="2926340305933667314">এই কম্পিউটাৰটোলৈ ৰিম'ট এক্সেছ অক্ষম কৰিব পৰা নগ'ল। অনুগ্ৰহ কৰি কিছু সময়ৰ পাছত পুনৰ চেষ্টা কৰক।</translation>
<translation id="2930135165929238380">কিছুমান প্ৰয়োজনীয় সমল নাই। অনুগ্ৰহ কৰি chrome://pluginsলৈ যাওক আৰু স্থানীয় ক্লায়েণ্ট সক্ষম কৰা আছেনে নিশ্চিত হৈ লওক।</translation>
<translation id="2939145106548231838">হ’ষ্টৰ বাবে বিশ্বাসযোগ্যতা সত্যাপন কৰক</translation>
<translation id="3020807351229499221">পিনটো আপডে’ট কৰাত বিফল হ’ল। অনুগ্ৰহ কৰি কিছু সময়ৰ পাছত আকৌ চেষ্টা কৰক।</translation>
<translation id="3025388528294795783">আপোনাৰ সমস্যা সমাধান কৰাত সহায় কৰিবলৈ, কি সমস্যা হৈছে অনুগ্ৰহ কৰি আমাক জনাওক:</translation>
<translation id="3027681561976217984">স্পর্শ ম’ড</translation>
<translation id="3106379468611574572">ৰিম'ট কম্পিউটাৰে সংযোগৰ অনুৰোধলৈ সঁহাৰি জনোৱা নাই। এইটো যে অনলাইন হৈ আছে সেয়া সত্যাপন কৰি আকৌ চেষ্টা কৰক।</translation>
<translation id="310979712355504754">সকলো মচক</translation>
<translation id="3150823315463303127">হ’ষ্টে নীতিটো পঢ়িব নোৱাৰিলে।</translation>
<translation id="3171922709365450819">এই ডিভাইচটো এই ক্লায়েণ্টটোৱে সমৰ্থন নকৰে কাৰণ সেইটোৰ বাবে তৃতীয় পক্ষৰ বিশ্বাসযোগ্যতাৰ প্ৰমাণীকৰণৰ আৱশ্যক।</translation>
<translation id="3197730452537982411">ৰিম’ট ডেস্কটপ</translation>
<translation id="324272851072175193">এই নির্দেশনাসমূহ ইমেইলত পঠিয়াওক</translation>
<translation id="3258789396564295715">আপুনি Chrome ৰিম’ট ডেস্কটপ ব্যৱহাৰ কৰি নিৰাপদে কম্পিউটাৰটো এক্সেছ কৰিব পাৰিব পাৰে।</translation>
<translation id="3286521253923406898">Chromoting হ’ষ্ট কণ্ট্ৰ’লাৰ</translation>
<translation id="3305934114213025800"><ph name="PRODUCT_NAME" />এ সলনি কৰিব বিচাৰিছে৷</translation>
<translation id="332624996707057614">কম্পিউটাৰৰ নাম সম্পাদনা কৰক</translation>
<translation id="3339299787263251426">ইণ্টাৰনেট ব্যৱহাৰ কৰি আপোনাৰ কম্পিউটাৰটো সুৰক্ষিতভাৱে এক্সেছ কৰক</translation>
<translation id="3360306038446926262">ৱিণ্ড’</translation>
<translation id="3362124771485993931">পিনটো পুনৰ টাইপ কৰক</translation>
<translation id="337167041784729019">পৰিসংখ্যা দেখুৱাওক</translation>
<translation id="3385242214819933234">হ’ষ্টৰ গৰাকী অমান্য।</translation>
<translation id="3403830762023901068">নীতিৰ ছেটিংসমূহে এই কম্পিউটাৰটোক Chromoting হ’ষ্ট হিচাপে শ্বেয়াৰ কৰাৰ অনুমতি নিদিয়ে৷ সহায়তাৰ বাবে আপোনাৰ ছিষ্টেমৰ প্ৰশাসকৰ সৈতে যোগাযোগ কৰক৷</translation>
<translation id="3423542133075182604">সুৰক্ষাৰ চাবি ৰিম’টিং প্ৰক্ৰিয়া</translation>
<translation id="3581045510967524389">নেটৱৰ্কৰ সৈতে সংযোগ কৰিব পৰা নগ’ল৷ অনুগ্ৰহ কৰি আপোনাৰ ডিভাইচ অনলাইন হৈ আছেনে নাই চাওক৷</translation>
<translation id="3596628256176442606">এই সেৱাটোৱে Chromoting ক্লাইণ্টৰ অন্তৰ্গামী সংযোগসমূহ সক্ষম কৰে।</translation>
<translation id="3606997049964069799">আপুনি Chromiumত ছাইন ইন হৈ থকা নাই। অনুগ্ৰহ কৰি ছাইন ইন কৰি আকৌ চেষ্টা কৰক।</translation>
<translation id="3649256019230929621">ৱিণ্ড’ মিনিমাইজ কৰক</translation>
<translation id="369442766917958684">অফলাইন।</translation>
<translation id="3695446226812920698">কেনেকৈ কৰিব সেয়া জানক</translation>
<translation id="3718805989288361841">Chrome ৰিম’ট ডেস্কটপৰ নীতিৰ ছেটিংসমূহত কিবা আসোঁৱাহ আছে। সহায়তাৰ বাবে আপোনাৰ ছিষ্টেমৰ প্ৰশাসকৰ সৈতে ষম্পর্ক কৰক।</translation>
<translation id="3776024066357219166">আপোনাৰ Chrome ৰিম’ট ডেস্কটপ ছেশ্বন অন্ত পৰিছে।</translation>
<translation id="3870154837782082782">Google Inc.</translation>
<translation id="3884839335308961732">Chrome Remote Desktopৰ দ্বাৰা এক্সেছৰ অনুমতি দিবলৈ অনুগ্ৰহ কৰি তলত আপোনাৰ একাউণ্ট আৰু পিনটো নিশ্চিত কৰক।</translation>
<translation id="3897092660631435901">মেনু</translation>
<translation id="3905196214175737742">অমান্য হ’ষ্টৰ গৰাকীৰ ড’মেইন।</translation>
<translation id="3908017899227008678">খাপ খুৱাবলৈ সংকোচন কৰক</translation>
<translation id="3931191050278863510">হ’ষ্ট বন্ধ হ’ল৷</translation>
<translation id="3933246213702324812"><ph name="HOSTNAME" />ত কৰা Chromotingৰ ম্যাদ উকলিছে আৰু ইয়াক আপডে’ট কৰা আৱশ্যক।</translation>
<translation id="3950820424414687140">ছাইন ইন কৰক</translation>
<translation id="3989511127559254552">অব্যাহত ৰাখিবলৈ আপুনি আপোনাৰ কম্পিউটাৰলৈ বৰ্ধিত এক্সেছৰ অনুমতি দিব লাগিব। আপুনি এই কাম কেৱল এবাৰ কৰিলেই হ’ব।</translation>
<translation id="4006787130661126000">আপুনি এই কম্পিউটাৰটো এক্সেছ কৰিবলৈ Chrome ৰিম’ট ডেস্কট’প ব্যৱহাৰ কৰিব বিচাৰিলে ৰিম’ট সংযোগ সক্ষম কৰিব লাগিব৷</translation>
<translation id="405887016757208221">ৰিম’ট কম্পিউটাৰটোৱে ছেশ্বনটো আৰম্ভ কৰিব নোৱাৰিলে। যদি সমস্যাটো চলি থাকে অনুগ্ৰহ কৰি হ’ষ্টটো আকৌ কনফিগাৰ কৰাৰ চেষ্টা কৰক।</translation>
<translation id="4060747889721220580">ফাইল ডাউনল’ড কৰক</translation>
<translation id="4068946408131579958">সকলো সংযোগ</translation>
<translation id="409800995205263688">টোকা: নীতিৰ ছেটিংসমূহে কেৱল আপোনাৰ নেটৱর্কৰ অন্তর্ভুক্ত কম্পিউটাৰসমূহৰ মাজতহে সংযোগ কৰাৰ অনুমতি দিয়ে।</translation>
<translation id="4126409073460786861">ছেটআপ সম্পূৰ্ণ হোৱাৰ পিছত পৃষ্ঠাটো ৰিফ্ৰেশ্ব কৰক, তাৰপিছত আপুনি নিজৰ ডিভাইচ বাছনি কৰি আৰু পিনটো দি কম্পিউটাৰ এক্সেছ কৰিব পাৰিব।</translation>
<translation id="4145029455188493639"><ph name="EMAIL_ADDRESS" /> হিচাপে ছাইন ইন কৰা হৈছে।</translation>
<translation id="4155497795971509630">কিছুমান প্ৰয়োজনীয় সমল নাই। অনুগ্ৰহ কৰি আপুনি শেহতীয়া ছফ্টৱেৰটো ইনষ্টল কৰিছেনে নাই নিশ্চিত হৈ আকৌ চেষ্টা কৰক।</translation>
<translation id="4156740505453712750">এই কম্পিউটাৰটোলৈ এক্সেছ সুৰক্ষিত কৰিবলৈ, অনুগ্ৰহ কৰি <ph name="BOLD_START" />অতি কমেও ছটা অংকৰ<ph name="BOLD_END" /> এটা পিন বাছনি কৰক। অন্য অৱস্থানৰ পৰা সংযোগ কৰিলে এই পিনটোৰ আৱশ্যক হ’ব।</translation>
<translation id="4169432154993690151">প্ৰ’ফাইলৰ ছবি বাছনি কৰিবলৈ Chrome ৰিম’ট ডেস্কটপক আপোনাৰ কেমেৰাৰ এক্সেছ দিয়ক</translation>
<translation id="4176825807642096119">এক্সেছ ক’ড</translation>
<translation id="4207623512727273241">অনুগ্ৰহ কৰি অব্যাহত ৰখাৰ পূর্বে ইনষ্টলাৰ চলাওক।</translation>
<translation id="4227991223508142681">হ’ষ্ট প্ৰভিজনিং ইউটিলিটি</translation>
<translation id="4240294130679914010">Chromoting হ’ষ্ট আনইনষ্টলাৰ</translation>
<translation id="4277463233460010382">এই কম্পিউটাৰটোক কোনো পিন নিদিয়াকৈয়ে এক বা ততোধিক ক্লায়েণ্টৰ সৈতে সংযোগ স্থাপন কৰাত অনুমতি দিবলৈ কনফিগাৰ কৰা হৈছে৷</translation>
<translation id="4277736576214464567">এক্সেছ ক’ডটো অমান্য। অনুগ্ৰহ কৰি আকৌ চেষ্টা কৰক।</translation>
<translation id="4281844954008187215">সেৱাৰ চৰ্তাৱলী</translation>
<translation id="4361728918881830843">অন্য এটা কম্পিউটাৰলৈ ৰি’মট সংযোগ সক্ষম কৰিবলৈ সেই কম্পিউটাৰটোত Chrome ৰিম’ট ডেস্কটপ ইনষ্টল কৰি “<ph name="BUTTON_NAME" />”ত ক্লিক কৰক।</translation>
<translation id="4394049700291259645">অক্ষম কৰক</translation>
<translation id="4405930547258349619">মুখ্য লাইব্ৰেৰী</translation>
<translation id="4430435636878359009">এই কম্পিউটাৰলৈ থকা ৰিম'ট সংযোগ অক্ষম কৰক</translation>
<translation id="4430915108080446161">এক্সেছ ক'ড সৃষ্টি কৰি থকা হৈছে…</translation>
<translation id="443560535555262820">সাধ্য সুবিধাৰ অগ্ৰাধিকাৰসমূহ খোলক</translation>
<translation id="4450893287417543264">পুনৰ নেদেখুৱাব</translation>
<translation id="4472575034687746823">আৰম্ভ কৰক</translation>
<translation id="4481276415609939789">আপোনাৰ কোনো পঞ্জীয়ন কৰা কম্পিউটাৰ নাই। কোনো কম্পিউটাৰলৈ ৰিম'ট সংযোগ সক্ষম কৰিবলৈ তাত Chromoting ইনষ্টল কৰক আৰু “<ph name="BUTTON_NAME" />”ত ক্লিক কৰক।</translation>
<translation id="4513946894732546136">মতামত</translation>
<translation id="4517233780764084060">টোকা: সকলো কীব’র্ড শ্বৰ্টকাট থকাটো নিশ্চিত কৰিবলৈ আপুনি Chromotingক ‘ৱিণ্ড’ হিচাপে খোলক’-ত কনফিগাৰ কৰিব পাৰে।</translation>
<translation id="4563926062592110512">ক্লায়েণ্টৰ লগত সংযোগ বিচ্ছিন্ন হৈছে: <ph name="CLIENT_USERNAME" /></translation>
<translation id="4572065712096155137">এক্সেছ কৰক</translation>
<translation id="4592037108270173918">ম’বাইল নেটৱৰ্কৰ জৰিয়তে কোনো ডিভাইচৰ লগত সংযোগ কৰিলে ডেটাৰ মাচুল ভৰিবলগা হ’ব পাৰে৷ আপুনি অব্যাহত ৰাখিব বিচাৰেনে?</translation>
<translation id="4619978527973181021">গ্ৰহণ কৰি ইনষ্টল কৰক</translation>
<translation id="4635770493235256822">ৰিম’ট ডিভাইচ</translation>
<translation id="4660011489602794167">কীব’র্ড দেখুৱাওক</translation>
<translation id="4703302905453407178">আৱশ্যকীয় উপাদান এটাই কাম নকৰা হ’ল। অনুগ্ৰহ কৰি এই সমস্যাৰ সম্পর্কে বিকাশকর্তাক অভিযোগ কৰক।</translation>
<translation id="4703799847237267011">আপোনাৰ Chromoting ছেশ্বন অন্ত পৰিছে।</translation>
<translation id="4736223761657662401">সংযোগৰ ইতিহাস</translation>
<translation id="4741792197137897469">বিশ্বাসযোগ্যতাৰ প্ৰমাণ কৰিব পৰা নগ’ল। অনুগ্ৰহ কৰি Chromeত আকৌ ছাইন ইন কৰক।</translation>
<translation id="477305884757156764">এপ্লিকেশ্বনটো যথেষ্ট লেহেমীয়া।</translation>
<translation id="4784508858340177375">X ছার্ভাৰ ক্ৰেশ্ব হৈছে বা আৰম্ভ কৰাত বিফল হৈছে।</translation>
<translation id="4795786176190567663">এই কাৰ্য কৰিবলৈ আপোনাৰ অনুমতি নাই।</translation>
<translation id="4798680868612952294">মাউচৰ বিকল্প</translation>
<translation id="4804818685124855865">সংযোগ বিচ্ছিন্ন কৰক</translation>
<translation id="4808503597364150972">অনুগ্ৰহ কৰি <ph name="HOSTNAME" />ৰ বাবে আপোনাৰ পিন দিয়ক।</translation>
<translation id="4812684235631257312">আয়োজক</translation>
<translation id="4867841927763172006">PrtScn পঠিয়াওক</translation>
<translation id="4913529628896049296">সংযোগৰ বাবে অপেক্ষা কৰি থকা হৈছে…</translation>
<translation id="4918086044614829423">গ্ৰহণ কৰক</translation>
<translation id="492843737083352574">মোৰ কীব'ৰ্ড বা মাউছে ভালকৈ কাম কৰা নাই।</translation>
<translation id="4973800994433240357">Chromoting হ’ষ্টে ইনষ্টলাৰ ডাউনল’ড কৰি আপুনি Googleৰ <ph name="LINK_BEGIN" />সেৱাৰ চৰ্তাৱলী<ph name="LINK_END" />ত সন্মতি দিয়ে।</translation>
<translation id="4974476491460646149"><ph name="HOSTNAME" />ৰ সংযোগ বন্ধ</translation>
<translation id="4985296110227979402">ৰিম’ট এক্সেছৰ বাবে আপুনি প্ৰথমে নিজৰ কম্পিউটাৰটো ছেট আপ কৰিব লাগিব</translation>
<translation id="5064360042339518108"><ph name="HOSTNAME" /> (অফলাইন হৈ আছে)</translation>
<translation id="5070121137485264635">ৰিম’ট হ’ষ্টটোৱে এটা তৃতীয় পক্ষৰ ৱেবছাইটৰ বাবে আপোনাৰ বিশ্বাসযোগ্যতা প্ৰমাণ কৰাটো প্ৰয়োজনীয়। অব্যাহত ৰাখিবলৈ, আপুনি Chrome ৰিম’ট ডেস্কটপক এই ঠিকনাটো এক্সেছ কৰিবলৈ অতিৰিক্তভাৱে অনুমতি প্ৰদান কৰিব লাগিব:</translation>
<translation id="507204348399810022">আপুনি নিশ্চিতভাৱে <ph name="HOSTNAME" />ৰ ৰিম‘ট সংযোগ অক্ষম কৰিব বিচাৰেনে?</translation>
<translation id="5081343395220691640">ছার্ভাৰৰ সৈতে যোগাযোগ কৰিব পৰা নগ’ল: <ph name="ERROR" /></translation>
<translation id="5156271271724754543">অনুগ্ৰহ কৰি দুয়োটা বাকছতে একেটা পিন দিয়ক</translation>
<translation id="5170982930780719864">অমান্য হ'ষ্টৰ আইডি।</translation>
<translation id="518094545883702183">এই তথ্যখিনি কেৱল আপুনি অভিযোগ কৰা সমস্যাৰ কাৰণ নিৰূপনৰ বাবেহে ব্যৱহাৰ কৰা হয় আৰু সেইখিনি কেৱল আপোনাৰ অভিযোগ অনুসন্ধান কৰি থকা কোনো লোকেহে ব্যৱহাৰ কৰিব পাৰে। তদুপৰি, তথ্যখিনি ৩০ দিনতকৈ বেছি সময় ৰখা নহয়।</translation>
<translation id="5204575267916639804">সঘনে উত্থাপিত প্ৰশ্ন</translation>
<translation id="5222676887888702881">ছাইন আউট কৰক</translation>
<translation id="5234764350956374838">অগ্ৰাহ্য কৰক</translation>
<translation id="5254120496627797685">আপুনি এই পৃষ্ঠা ত্যাগ কৰিলে আপোনাৰ Chrome ৰিম’ট ডেস্কটপ ছেশ্বন অন্ত পৰিব।</translation>
<translation id="5308380583665731573">সংযোগ কৰক</translation>
<translation id="5327248766486351172">নাম</translation>
<translation id="533625276787323658">সংযোগ কৰিবলৈ একো নাই</translation>
<translation id="5363265567587775042">আপুনি যিজন ব্যৱহাৰকাৰীৰ কম্পিউটাৰৰ এক্সেছ পাব খোজে তেওঁক “<ph name="SHARE" />” ক্লিক কৰি এক্সেছ ক'ডটো আপোনাক দিবলৈ কওক।</translation>
<translation id="5379087427956679853">Chrome ৰিম’ট ডেস্কটপে আপোনাক নিজৰ কম্পিউটাৰ ৱেবত সুৰক্ষিত ভাৱে শ্বেয়াৰ কৰিবলৈ দিয়ে। দুয়োজন ব্যৱহাৰকাৰীয়ে Chrome ৰিম’ট ডেস্কটপ এপ্ ব্যৱহাৰ কৰি থাকিবই লাগিব, যিটো <ph name="URL" />ত পাব পৰা যায়।</translation>
<translation id="5397086374758643919">Chrome ৰিম’ট ডেস্কটপ হ’ষ্ট আনইনষ্টল কৰোঁতা</translation>
<translation id="5419185025274123272">এপ্লিকেশ্বনটো ৰিছেট কৰিব পৰা নগ'ল। তথাপিও আপুনি বাগ সম্পর্কীয় অভিযোগ পঠিয়াব পাৰিব।</translation>
<translation id="5419418238395129586">অন্তিমবাৰ অনলাইন দেখা গৈছিল: <ph name="DATE" /></translation>
<translation id="544077782045763683">হ'ষ্টে শ্বাট ডাউন কৰিছে।</translation>
<translation id="5510035215749041527">এতিয়া সংযোগ বিচ্ছিন্ন কৰক</translation>
<translation id="5593560073513909978">এই সেৱাটো অস্থায়ীভাৱে নাই। অনুগ্ৰহ কৰি কিছু সময়ৰ পাছত পুনৰ চেষ্টা কৰক।</translation>
<translation id="5601503069213153581">পিন</translation>
<translation id="5619148062500147964">এই কম্পিউটাৰটোলৈ</translation>
<translation id="5625493749705183369">অন্য কম্পিউটাৰ এক্সেছ কৰক বা অন্য লোকক ইণ্টাৰনেটৰ সহায়ত সুৰক্ষিতভাৱে আপোনাৰ কম্পিউটাৰটো এক্সেছ কৰিব দিয়ক।</translation>
<translation id="5702987232842159181">সংযোগ হৈ আছে:</translation>
<translation id="5708869785009007625">আপোনাৰ ডেস্কট’প বৰ্তমান <ph name="USER" />ৰ সৈতে শ্বেয়াৰ কৰা হৈছে৷</translation>
<translation id="5750083143895808682"><ph name="EMAIL_ADDRESS" /> ৰূপে ছাইন ইন কৰা হৈছে।</translation>
<translation id="5773590752998175013">যোৰা লগোৱা তাৰিখ</translation>
<translation id="579702532610384533">পুনৰ সংযোগ কৰক</translation>
<translation id="5810269635982033450">স্ক্ৰীণে ট্ৰেকপেড হিচাপে কার্য কৰে</translation>
<translation id="5823658491130719298">আপুনি ৰিম'টৰ যোগে এক্সেছ কৰিব খোজা কম্পিউটাৰটোত Chrome খোলক আৰু <ph name="INSTALLATION_LINK" /> চাওক</translation>
<translation id="5841343754884244200">প্ৰদৰ্শনৰ বিকল্পসমূহ</translation>
<translation id="5843054235973879827">এইটো কিয় সুৰক্ষিত?</translation>
<translation id="5859141382851488196">নতুন ৱিণ্ড’…</translation>
<translation id="6011539954251327702">Chromotingএ আপোনাক নিজৰ কম্পিউটাৰটো ৱেবৰ জৰিয়তে সুৰক্ষিতভাৱে শ্বেয়াৰ কৰিব দিয়ে। দুয়োজন ব্যৱহাৰকাৰীয়ে Chromoting এপ্‌টো চলাই থাকিব লাগিব যিটো <ph name="URL" />ত উপলব্ধ।</translation>
<translation id="6033507038939587647">কীব’র্ড বিকল্পসমূহ</translation>
<translation id="6040143037577758943">বন্ধ কৰক</translation>
<translation id="6062854958530969723">হ’ষ্ট ইনষ্টলেশ্বন কৰিব পৰা নগ’ল।</translation>
<translation id="6091564239975589852">কীসমূহ পঠিয়াওক</translation>
<translation id="6099500228377758828">Chrome ৰিম’ট ডেস্কটপ সেৱা</translation>
<translation id="6122191549521593678">অনলাইন</translation>
<translation id="6167788864044230298">Chrome এপ্ ষ্ট্ৰীমিং</translation>
<translation id="6173536234069435147">মই মোৰ Google Driveৰ ফাইলসমূহ খুলিব নোৱাৰোঁ৷</translation>
<translation id="6178645564515549384">ৰিম'ট সহায়তাৰ বাবে স্থানীয় মেছেজিং হ'ষ্ট</translation>
<translation id="618120821413932081">ৱিণ্ড’ৰ আকাৰৰ সৈতে মিলাবলৈ ৰিম'ট ৰিজ'লিউছন আপডে'ট কৰক</translation>
<translation id="6193698048504518729"><ph name="HOSTNAME" />ৰ সৈতে সংযোগ কৰক</translation>
<translation id="6198252989419008588">পিন সলনি কৰক</translation>
<translation id="6204583485351780592"><ph name="HOSTNAME" /> (ম্যাদ উকলা)</translation>
<translation id="6221358653751391898">আপুনি Chromeত ছাইন ইন হৈ নাই। অনুগ্ৰহ কৰি ছাইন ইন কৰি পুনৰ চেষ্টা কৰক।</translation>
<translation id="6223301979382383752">স্ক্রীণ ৰেকৰ্ডিঙৰ অগ্ৰাধিকাৰসমূহ খোলক</translation>
<translation id="6227369581881558336">Chrome ৰিম’ট ডেস্কটপ এতিয়া ফাইল স্থানান্তৰকে ধৰি অন্য নতুন সুবিধাৰ সৈতে ৱেবত উপলব্ধ। আমাৰ <ph name="LINK_BEGIN" />এব এপ্‌টো<ph name="LINK_END" /> চাওক।</translation>
<translation id="6284412385303060032">ব্যৱহাৰকাৰী-নিৰ্দিষ্ট ছেশ্বনত চলি থকা হ’ষ্টলৈ সলনি কৰি কাৰ্টেইন ম’ড ব্যৱহাৰৰ সুবিধা দিবলৈ ক’নছ’ল লজিক স্ক্ৰীণত চলি থকা হ’ষ্টক বন্ধ কৰা হৈছে।</translation>
<translation id="629730747756840877">একাউণ্ট</translation>
<translation id="6304318647555713317">ক্লায়েণ্ট</translation>
<translation id="6381670701864002291">অন্য কিবা।</translation>
<translation id="6398765197997659313">সম্পূর্ণ স্ক্ৰীণ ম’ডৰ পৰা বাহিৰ হওক</translation>
<translation id="6441316101718669559">এই প্লেটফৰ্মত ডেস্কটপ ইণ্টিগ্ৰেছন কৰিব নোৱাৰি। আপুনি তথাপিতো এপ্লিকেশ্বনটো ব্যৱহাৰ কৰিব পাৰিব কিন্তু ব্যৱহাৰকাৰীৰ অভিজ্ঞতা নিম্নমানৰ হ’ব।</translation>
<translation id="652218476070540101">এই কম্পিউটাৰৰ পিনটো আপডে’ট কৰি থকা হৈছে…</translation>
<translation id="6527303717912515753">শ্বেয়াৰ কৰক</translation>
<translation id="6541219117979389420">এপ্লিকেশ্বন লগ-ত আপোনাৰ পৰিচয় (ইমেইল ঠিকনা) আৰু Google Driveত থকা ফাইল আৰু ফ’ল্ডাৰৰ নাম তথা সেইসমূহৰ সবিশেষ থাকিব পাৰে।</translation>
<translation id="6542902059648396432">সমস্যাৰ অভিযোগ দিয়ক…</translation>
<translation id="6570205395680337606">এপ্লিকেশ্বন ৰিছেট কৰক। আপুনি ছেভ নকৰা যিকোনো বস্তু হেৰুৱাব।</translation>
<translation id="6583902294974160967">সহায়</translation>
<translation id="6612717000975622067">Ctrl-Alt-Del দবাই পঠিয়াওক</translation>
<translation id="6654753848497929428">শ্বেয়াৰ কৰক</translation>
<translation id="6668065415969892472">আপোনাৰ পিনটো আপডে'ট কৰা হৈছে।</translation>
<translation id="6681800064886881394">স্বত্ত্বাধিকাৰ ২০১৩ Google Inc. সকলো চৰ্ত সংৰক্ষিত।</translation>
<translation id="6705482892455291412">তেওঁলোকে ক'ডটো দিলে আপোনাক সংযোগটো গ্ৰহণ কৰি শ্বেয়াৰিং ছেশ্বন আৰম্ভ কৰিবলৈ প্ৰ'ম্পট কৰা হ'ব।</translation>
<translation id="6746493157771801606">ব্ৰাউজিঙৰ ইতিহাস মচক</translation>
<translation id="6748108480210050150">প্ৰেৰক</translation>
<translation id="677755392401385740">এই ব্যৱহাৰকাৰীজনৰ বাবে হ’ষ্ট আৰম্ভ কৰা হৈছে: <ph name="HOST_USERNAME" /></translation>
<translation id="6865175692670882333">চাওক/সম্পাদনা কৰক</translation>
<translation id="6913710942997637770">প্ৰ'ফাইলৰ ছবি বাছনি কৰিবলৈ Chrome ৰিম’ট ডেস্কটপক আপোনাৰ ফট'লৈ এক্সেছ দিয়ক</translation>
<translation id="6930242544192836755">সময়ৰ পৰিসৰ</translation>
<translation id="6939719207673461467">কীব'র্ড দেখুৱাওক/লুকুৱাওক।</translation>
<translation id="6944854424004126054">ৱিণ্ড’ পুনৰুদ্ধাৰ কৰক</translation>
<translation id="6948905685698011662">Chrome ৰিম’ট ডেস্কটপ এতিয়া ৱেবত উপলব্ধ! আমাৰ <ph name="LINK_BEGIN" />বিনামূলীয়া ৱেব এপ্‌টো<ph name="LINK_END" /> চাওক।</translation>
<translation id="6956835181934226419">মই ইতিমধ্যে এই অনুমতিটো প্ৰদান কৰিছোঁ।</translation>
<translation id="6963936880795878952">ৰিম’ট কম্পিউটাৰৰ সৈতে সংযোগ সাময়িকভাৱে অৱৰোধ কৰা হৈছে কাৰণ কোনোবাই এটা অমান্য পিন ব্যৱহাৰ কৰি ইয়াৰ সৈতে সংযোগ কৰাৰ চেষ্টা কৰি আছিল। অনুগ্ৰহ কৰি কিছু সময়ৰ পাছত আকৌ চেষ্টা কৰক।</translation>
<translation id="6965382102122355670">ঠিক আছে</translation>
<translation id="6985691951107243942">আপুনি নিশ্চিতভাৱে <ph name="HOSTNAME" />লৈ থকা ৰি’মট সংযোগ অক্ষম কৰিব খোজেনে? যদি আপুনি নিজৰ সিদ্ধান্ত সলনি কৰিলে সংযোগসমূহ পুনৰ সক্ষম কৰিবলৈ কম্পিউটাৰলৈ যাব লাগিব।</translation>
<translation id="6998989275928107238">প্ৰতি</translation>
<translation id="7019153418965365059">চিনাক্ত কৰিব নোৱাৰা হ'ষ্টৰ আসোঁৱাহ: <ph name="HOST_OFFLINE_REASON" /></translation>
<translation id="701976023053394610">ৰিম'ট সহায়ক</translation>
<translation id="7026930240735156896">আপোনাৰ কম্পিউটাৰটো ৰিম’ট এক্সেছৰ বাবে ছেট আপ কৰিবলৈ নিৰ্দেশনাখিনি অনুসৰণ কৰক</translation>
<translation id="7038683108611689168">আমাক ব্যৱহাৰৰ পৰিসংখ্যা আৰু ক্ৰেশ্ব ৰিপ’ৰ্ট সংগ্ৰহ কৰিবলৈ অনুমতি দি Chromotingক উন্নত কৰাত সহায় কৰক।</translation>
<translation id="7067321367069083429">স্ক্ৰীণখনে টাচ্চ স্ক্ৰীণৰ দৰে আচৰণ কৰে</translation>
<translation id="7116737094673640201">Chrome ৰিম’ট ডেস্কটপলৈ স্বাগতম</translation>
<translation id="7144878232160441200">পুনৰ চেষ্টা কৰক</translation>
<translation id="7149517134817561223">Chrome ৰিম’ট ডেস্কটপ হ'ষ্টলৈ নির্দেশনা জাৰি কৰা এপ্লিকেশ্বন।</translation>
<translation id="7215059001581613786">অনুগ্ৰহ কৰি ছটা বা তাতকৈ বেছি সংখ্যাৰ এটা পিন দিয়ক।</translation>
<translation id="7312846573060934304">হ’ষ্ট অফলাইন আছে।</translation>
<translation id="7319983568955948908">শ্বেয়াৰ কৰা বন্ধ কৰক</translation>
<translation id="7401733114166276557">Chrome ৰিম’ট ডেস্কটপ</translation>
<translation id="7434397035092923453">ক্লায়েণ্টৰ বাবে এক্সেছ প্ৰত্যাখ্যান কৰা হৈছে: <ph name="CLIENT_USERNAME" /></translation>
<translation id="7444276978508498879">এইজন ক্লায়েণ্ট সংযোজিত হৈছে: <ph name="CLIENT_USERNAME" /></translation>
<translation id="7526139040829362392">একাউণ্ট সলনি কৰক</translation>
<translation id="7606912958770842224">ৰিম’ট সংযোগ সক্ষম কৰক</translation>
<translation id="7628469622942688817">এই ডিভাইচটোত মোৰ পিনটো মনত ৰাখিব।</translation>
<translation id="7649070708921625228">সহায়</translation>
<translation id="7658239707568436148">বাতিল কৰক</translation>
<translation id="7665369617277396874">একাউণ্ট যোগ কৰক</translation>
<translation id="7672203038394118626">এই কম্পিউটাৰটোলৈ ৰিম’ট সংযোগ অক্ষম কৰা হৈছে।</translation>
<translation id="7678209621226490279">বাওঁফাললৈ ড'ক কৰক</translation>
<translation id="7693372326588366043">হ’ষ্টৰ তালিকাখন ৰিফ্রেশ্ব কৰক</translation>
<translation id="7714222945760997814">ইয়াৰ অভিযোগ দিয়ক</translation>
<translation id="7782471917492991422">অনুগ্ৰহ কৰি আপোনাৰ কম্পিউটাৰটোৰ পাৱাৰ পৰিচালনাৰ ছেটিংসমূহ পৰীক্ষা কৰি কম্পিউটাৰটো ব্যৱহাৰ নকৰা সময়ত সুপ্ত ম'ডলৈ গুছি যোৱাকৈ ছেট কৰা হোৱা নাই বুলি নিশ্চিত কৰক।</translation>
<translation id="7810127880729796595">পৰিসংখ্যা দেখুৱাওক (সংযোগ: <ph name="QUALITY" />)</translation>
<translation id="7836926030608666805">কিছুমান প্ৰয়োজনীয় উপাদান নাই। অনুগ্ৰহ কৰি আপুনি Chromeৰ শেহতীয়া সংস্কৰণটো ব্যৱহাৰ কৰি আছেনে নাই নিশ্চিত হৈ আকৌ চেষ্টা কৰক।</translation>
<translation id="7868137160098754906">ৰিম’ট কম্পিউটাৰৰ বাবে আপোনাৰ পিনটো দিয়ক।</translation>
<translation id="7869445566579231750">এই এপ্লিকেশ্বনটো চলাবলৈ আপোনাৰ অনুমতি নাই।</translation>
<translation id="7895403300744144251">দূৰৱৰ্তী কম্পিউটাৰৰ নিৰাপত্তা নীতিয়ে আপোনাৰ একাউণ্টৰ পৰা সংযোগ কৰাৰ অনুমতি নিদিয়ে৷</translation>
<translation id="7936528439960309876">সোঁফাললৈ ড’ক কৰক</translation>
<translation id="7948001860594368197">স্ক্ৰীণৰ বিকল্প</translation>
<translation id="7970576581263377361">বিশ্বাসযোগ্যতাৰ প্ৰমাণ কৰিব পৰা নগ’ল। অনুগ্ৰহ কৰি Chromiumত পুনৰ ছাইন ইন কৰক।</translation>
<translation id="7981525049612125370">ৰিম’ট ছেশ্বনৰ ম্যাদ উকলিছে।</translation>
<translation id="8038111231936746805">ডিফ’ল্ট</translation>
<translation id="8041089156583427627">মতামত পঠিয়াওক</translation>
<translation id="8041721485428375115">Chrome ৰিম'ট ডেস্কটপ হ'ষ্ট ইনষ্টলাৰ ডাউনল'ড কৰি আপুনি Googleৰ <ph name="LINK_BEGIN" />সেৱাৰ চৰ্তাৱলী<ph name="LINK_END" />ৰ প্ৰতি সন্মতি দিয়ে।</translation>
<translation id="8060029310790625334">সহায় কেন্দ্ৰ</translation>
<translation id="806699900641041263"><ph name="HOSTNAME" />ৰ সৈতে সংযোগ কৰি থকা হৈছে</translation>
<translation id="8073845705237259513">Chrome ৰিম’ট ডেস্কটপ ব্যৱহাৰ কৰিবলৈ আপুনি নিজৰ ডিভাইচত Google একাউণ্ট যোগ কৰিব লাগিব।</translation>
<translation id="80739703311984697">ৰিম’ট হ’ষ্টটোৱে এটা তৃতীয় পক্ষৰ ৱেবছাইটৰ বাবে আপোনাৰ বিশ্বাসযোগ্যতা প্ৰমাণ কৰাটো প্ৰয়োজনীয়। অব্যাহত ৰাখিবলৈ, আপুনি Chromotingক এই ঠিকনাটো এক্সেছ কৰিবলৈ অনুমতি প্ৰদান কৰিব লাগিব:</translation>
<translation id="809687642899217504">মোৰ কম্পিউটাৰ</translation>
<translation id="811307782653349804">আপোনাৰ নিজৰ কম্পিউটাৰ যিকোনো ঠাইৰ পৰা এক্সেছ কৰক।</translation>
<translation id="8116630183974937060">নেটৱৰ্কৰ কোনো আসোঁৱাহ হৈছে। অনুগ্ৰহ কৰি আপোনাৰ ডিভাইচটো অনলাইন আছেনে নাই পৰীক্ষা কৰি আকৌ চেষ্টা কৰক।</translation>
<translation id="8178433417677596899">এজন ব্যৱহাৰকাৰীয়ে আন এজনৰ সৈতে স্ক্ৰীণ শ্বেয়াৰ কৰাৰ সুবিধা, দূৰৱৰ্তী প্ৰযুক্তিগত সহায়ৰ বাবে উপযুক্ত।</translation>
<translation id="8187079423890319756">Copyright 2013 The Chromium Authors. সকলো চৰ্ত সংৰক্ষিত।</translation>
<translation id="8196755618196986400">অধিক তথ্যৰ বাবে আপোনাৰ সৈতে যোগাযোগ কৰিবলৈ আমাক অনুমতি দিয়ক, আপুনি দাখিল কৰা যিকোনো মতামতৰ সৈতে আপোনাৰ ইমেইল ঠিকনাটো অন্তৰ্ভুক্ত থাকিব।</translation>
<translation id="8244400547700556338">সবিশেষ জানক।</translation>
<translation id="8261506727792406068">মচক</translation>
<translation id="8355326866731426344">এক্সেছৰ বাবে থকা এই ক’ডটোৰ ম্যাদ <ph name="TIMEOUT" />ত উকলি যাব</translation>
<translation id="8355485110405946777">আপোনাৰ সমস্যা সমাধান কৰিবলৈ এপ্লিকেশ্বন লগ অন্তৰ্ভুক্ত কৰক (লগত ব্যক্তিগত তথ্যও থাকিব পাৰে)।</translation>
<translation id="837021510621780684">এই কম্পিউটাৰটোৰ পৰা</translation>
<translation id="8383794970363966105">Chromoting ব্যৱহাৰ কৰিবলৈ আপুনি নিজৰ ডিভাইচটোত এটা Google একাউণ্ট যোগ কৰিব লাগিব।</translation>
<translation id="8386846956409881180">হ’ষ্টক অমান্য OAuth ক্ৰেডেনশ্বিয়েল ব্যৱহাৰ কৰি কনফিগাৰ কৰা হৈছে৷</translation>
<translation id="8397385476380433240"><ph name="PRODUCT_NAME" />ক অনুমতি দিয়ক</translation>
<translation id="8406498562923498210">আপোনাৰ Chrome ৰিম’ট ডেস্কটপৰ পৰিৱেষ্টনিৰ ভিতৰত লঞ্চ কৰিবলৈ এটা ছেশ্বন বাছনি কৰক। (মন কৰিব যে কিছুমান ছেশ্বনৰ ধৰণ Chrome ৰিম’ট ডেস্কটপ আৰু স্থানীয় ক’নছলত একে সময়তে চলিব পৰাকৈ সমৰ্থিত নহয়।)</translation>
<translation id="8428213095426709021">ছেটিংসমূহ</translation>
<translation id="8445362773033888690">Google Play Storeত চাওক</translation>
<translation id="8509907436388546015">ডেস্কটপ ইণ্টিগ্ৰেছন প্ৰক্ৰিয়া</translation>
<translation id="8513093439376855948">ৰিম’টিং হ’ষ্ট পৰিচালনাৰ বাবে স্থানীয় মেছেজিং হ’ষ্ট</translation>
<translation id="8525306231823319788">সম্পূর্ণ স্ক্ৰীণ</translation>
<translation id="8548209692293300397">আপুনি পূৰ্বতে <ph name="USER_NAME" /> (<ph name="USER_EMAIL" />) হিচাপে ছাইন ইন কৰিছে। সেই একাউণ্টটোত আপোনাৰ কম্পিউটাৰসমূহ এক্সেছ কৰিবলৈ সেই একাউণ্টটোৰে <ph name="LINK_BEGIN" />Google Chromeত ছাইন ইন কৰক<ph name="LINK_END" /> আৰু Chrome ৰিম’ট ডেস্কটপ পুনৰ ইনষ্টল কৰক।</translation>
<translation id="858006550102277544">মন্তব্য</translation>
<translation id="8642984861538780905">ঠিকে আছে</translation>
<translation id="8712909229180978490">মই মোৰ ছেভ কৰি থোৱা ফাইলবিলাক Google Driveত অনলাইন চাব পৰা নাই।</translation>
<translation id="8743328882720071828">আপুনি <ph name="CLIENT_USERNAME" />ক আপোনাৰ কম্পিউটাৰটো চাবলৈ আৰু নিয়ন্ত্ৰণ কৰিবলৈ অনুমতি দিব বিচাৰেনে?</translation>
<translation id="8747048596626351634">ছেশ্বন ক্ৰেশ্ব হ’ল বা আৰম্ভ কৰিব পৰা নগ’ল৷ যদি দূৰৱৰ্তী কম্পিউটাৰত ~/.chrome-remote-desktop-session থাকে, তেন্তে ই ডেস্কট’পৰ পৰিৱেশ বা ৱিণ্ড’ পৰিচালকৰ দৰে দীৰ্ঘ সময় ধৰি চলা অগ্ৰভূমিৰ প্ৰক্ৰিয়া আৰম্ভ কৰাটো সুনিশ্চিত কৰক৷</translation>
<translation id="8759753423332885148">অধিক জানক।</translation>
<translation id="8791202241915690908">Chromoting হ'ষ্ট ইনষ্টলাৰ ডাউনল'ড কৰক</translation>
<translation id="8804164990146287819">গোপনীয়তা নীতি</translation>
<translation id="894763922177556086">উন্নত মানৰ</translation>
<translation id="895780780740011433">Windows 7 আৰু তাতকৈ উন্নত সংস্কৰণৰ বাবে</translation>
<translation id="897805526397249209">অন্য কোনো কম্পিউটাৰলৈ ৰিম’ট সংযোগ সক্ষম কৰিবলৈ তাত Chromoting ইনষ্টল কৰক আৰু “<ph name="BUTTON_NAME" />”ত ক্লিক কৰক।</translation>
<translation id="8998327464021325874">Chrome ৰিম’ট ডেস্কটপ হ’ষ্ট নিয়ন্ত্ৰক</translation>
<translation id="9016232822027372900">যিকোনো প্ৰকাৰে সংযোগ কৰক</translation>
<translation id="906458777597946297">ৱিণ্ড’ৰ আকাৰ সৰ্বাধিক মাত্ৰালৈ বঢ়াওক</translation>
<translation id="9111855907838866522">আপুনি নিজৰ ৰিম’ট ডিভাইচৰ সৈতে সংযোজিত হৈ আছে। মেনু খুলিবলৈ স্ক্ৰীণত চাৰিটা আঙুলিৰে টিপক।</translation>
<translation id="9126115402994542723">এই ডিভাইচটোৰ পৰা এই হ'ষ্টটোৰ সৈতে সংযোগ কৰোঁতে পুনৰ পিন নিবিচাৰিব।</translation>
<translation id="9149580767411232853">সম্পূর্ণ ৰিম’ট ডেক্সটপ দৃশ্যমান কৰি ৰাখক</translation>
<translation id="9149992051684092333">আপোনাৰ ডেস্কটপ শ্বেয়াৰ কৰা আৰম্ভ কৰিবলৈ আপোনাক সহায় কৰিবলগীয়া লোকজনক তলৰ এক্সেছ ক’ডটো দিয়ক।</translation>
<translation id="916856682307586697">ডিফ’ল্ট XSessionটো লঞ্চ কৰক</translation>
<translation id="9187628920394877737"><ph name="PRODUCT_NAME" />ক 'স্ক্রীণ ৰেকৰ্ডিঙ'ৰ অনুমতি দিয়ক</translation>
<translation id="9188433529406846933">কর্তৃত্ব প্ৰদান কৰক</translation>
<translation id="9213184081240281106">অমান্য হ’ষ্টৰ কনফিগাৰেশ্বন৷</translation>
<translation id="951991426597076286">অস্বীকাৰ কৰক</translation>
<translation id="962733587145768554">প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ সংযোগ ডায়েলগ বাকচত ’<ph name="SHARE" />’ বাছনি কৰক।</translation>
<translation id="979100198331752041"><ph name="HOSTNAME" />ত ব্যৱহাৰ কৰা Chrome ৰিম’ট ডেস্কটপৰ ম্যাদ উকলিছে আৰু ইয়াক আপডে’ট কৰা আৱশ্যক।</translation>
<translation id="981121421437150478">অফলাইন</translation>
<translation id="985602178874221306">The Chromium Authors</translation>
<translation id="992215271654996353"><ph name="HOSTNAME" /> (অন্তিমবাৰ অনলাইন <ph name="DATE_OR_TIME" />ত দেখা গৈছিল)</translation>
</translationbundle>