blob: 5468614e21606ad326b3c7c370810357c946500e [file] [log] [blame]
<?xml version="1.0" ?>
<!DOCTYPE translationbundle>
<translationbundle lang="as">
<translation id="1041985745423354926">ইউএছবি ড্ৰাইভ অথবা এছডি কাৰ্ডৰ দৰে বাহ্যিক ষ্ট’ৰেজ ব্যৱহাৰ কৰি আপুনি পুনৰুদ্ধাৰ কৰিব পাৰে।</translation>
<translation id="1159332245309393502">আপোনাৰ বাহ্যিক ষ্ট’ৰেজ ছেট আপ কৰক</translation>
<translation id="1201402288615127009">পৰৱৰ্তী</translation>
<translation id="1252150473073837888">সুৰক্ষিত ম’ডলৈ উভতি অহাটো নিশ্চিত কৰক</translation>
<translation id="1321620357351949170">আপুনি কৰিব বিচৰা পৰীক্ষাটো সেয়া বাছনি কৰক।</translation>
<translation id="1389402762514302384">সুৰক্ষিত হৈ থাকিবলৈ বাতিল কৰক বাছনি কৰক।</translation>
<translation id="1428255359211557126">মেম’ৰী পৰীক্ষা (ক্ষিপ্ৰ)</translation>
<translation id="1483971085438511843">এটা বিকল্প বাছনি কৰিবলৈ এণ্টাৰ কীটো ব্যৱহাৰ কৰক।</translation>
<translation id="1931763245382489971">৩) আপোনাৰ বাহ্যিক ষ্ট’ৰেজ ডিভাইচটো পুনৰুদ্ধাৰৰ ইমেজটোৰ সৈতে সাজু হোৱাৰ পাছত পৰৱৰ্তীত ক্লিক কৰক</translation>
<translation id="1932315467893966859">বিকাশকর্তাৰ ম’ড ইতিমধ্যে অন কৰা আছে।</translation>
<translation id="1995660704900986789">পাৱাৰ অফ কৰক</translation>
<translation id="2022309272630265316">কোনো মান্য প্ৰতিচ্ছবি চিনাক্ত কৰা হোৱা নাই</translation>
<translation id="2076174287070071207">ইউএছবি ড্ৰাইভ, এছডি কাৰ্ডৰ দৰে বাহ্যিক ষ্ট’ৰেজ অথবা আপোনাৰ Android ফ’নটো ব্যৱহাৰ কৰি আপুনি পুনৰুদ্ধাৰ কৰিব পাৰে।</translation>
<translation id="2164852388827548816">ফাৰ্মৱেৰ লগ</translation>
<translation id="2176647394998805208">বাহ্যিক ডিস্কৰ পৰা বুট কৰক</translation>
<translation id="2188090550242711688">২) Chromeৰ এক্সটেনশ্বনটোত থকা নিৰ্দেশাৱলী অনুসৰণ কৰক আৰু পুনৰুদ্ধাৰৰ ইমেজটো ডাউনল’ড কৰি এটা বাহ্যিক ষ্ট’ৰেজত থওক</translation>
<translation id="2270126560545545577">আপুনি বিকাশকর্তাৰ ম’ডত আছে</translation>
<translation id="2360163367862409346">ইয়াত আপোনাৰ ডিভাইচৰ পৰা সকলো ডেটা মচাটো জড়িত হৈ আছে আৰু ই আপোনাৰ ডিভাইচটো অসুৰক্ষিত কৰি তুলিব।</translation>
<translation id="2398688843544960326">বৈকল্পিক বুটল’ডাৰ বিচাৰি পোৱা নগ’ল। কেনেকৈ এটা ইনষ্টল কৰিব পাৰি জানিবলৈ এয়া চাওক:</translation>
<translation id="2445391421565214706">সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰিবলৈ পুনৰুদ্ধাৰৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰক। সংযুক্ত হৈ থকা সকলো ডিভাইচ আঁতৰাওক, তাৰ পাছত ভলিউম আপ, ভলিউম ডাউন আৰু পাৱাৰ বুটামটো ( ⏻ ) অতি কমেও ১০ ছেকেণ্ডৰ বাবে টিপি ধৰি ৰাখক।</translation>
<translation id="2531345960369431549">এই বিকল্পটোৱে বিকাশকর্তাৰ ম’ডটো অক্ষম কৰিব আৰু আপোনাৰ ডিভাইচটোক ইয়াৰ মূল অৱস্থালৈ পুনঃস্থাপন কৰিব।</translation>
<translation id="2603025384438397887">ফ’ন ব্যৱহাৰ কৰি কৰা পুনৰুদ্ধাৰ</translation>
<translation id="2904079386864173492">মডেল:</translation>
<translation id="3174560100798162637">আপোনাৰ ডিভাইচটো বিদ্যুতৰ উৎসৰ সৈতে সংযোগ কৰাটো চুপাৰিছ কৰা হৈছে।</translation>
<translation id="3235458304027619499">১) ইউএছবি ড্ৰাইভ অথবা এছডি কাৰ্ডৰ দৰে এটা বাহ্যিক ষ্ট’ৰেজ ডিভাইচ</translation>
<translation id="328213018570216625">বাহ্যিক ষ্ট’ৰেজ ব্যৱহাৰ কৰি কৰা পুনৰুদ্ধাৰ</translation>
<translation id="3289365543955953678">আপোনাৰ বাহ্যিক ডিস্কখন প্লাগ-ইন কৰক</translation>
<translation id="3294574173405124634">সুৰক্ষিত ম’ডলৈ উভতি যোৱাৰ অনুমতি GBB ফ্লেগে নিদিয়ে।</translation>
<translation id="3416523611207622897">বাহ্যিক বুট অক্ষম কৰা আছে। অধিক তথ্যৰ বাবে এয়া চাওক:</translation>
<translation id="3635226996169670741">সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰিবলৈ পুনৰুদ্ধাৰৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰক। সংযুক্ত হৈ থকা সকলো ডিভাইচ আঁতৰাওক আৰু এস্কে’প, ৰিফ্ৰেশ্ব ( ⟳ ) আৰু পাৱাৰ বুটামটো ( ⏻ ) টিপি ধৰি ৰাখক।</translation>
<translation id="3697087251845525042">ষ্ট’ৰেজৰ স্ব-পৰীক্ষণ (চুটি)</translation>
<translation id="385051799172605136">উভতি যাওক</translation>
<translation id="3964506597604121312">প্ৰক্ৰিয়াটোত আপোনাৰ ব্যৱহাৰকাৰীৰ ডেটা মচি পেলোৱা হ’ব।</translation>
<translation id="4002335453596341558">পেজ ডাউন</translation>
<translation id="4152977630022273265">আপোনাৰ বাহ্যিক ডিস্কখনত এটা মান্য Chrome OS ইমেজ থকাটো নিশ্চিত কৰক আৰু সাজু হ’লে ডিস্কখন পুনৰ ভৰাওক।</translation>
<translation id="4403160275309808255">বৈকল্পিক বুটল’ডাৰসমূহ অক্ষম কৰা আছে। অধিক তথ্যৰ বাবে এয়া চাওক:</translation>
<translation id="4410491068110727276">ওপৰলৈ অথবা তললৈ নেভিগে’ট কৰিবলৈ ভলিউমৰ বুটামসমূহ ব্যৱহাৰ কৰক।</translation>
<translation id="4497270882390086583">ইউএছবি ড্ৰাইভৰ দৰে বাহ্যিক ষ্ট’ৰেজ অথবা আপোনাৰ Android ফ’নটো ব্যৱহাৰ কৰি আপুনি পুনৰুদ্ধাৰ কৰিব পাৰে।</translation>
<translation id="4773280894882892048">ডিবাগৰ তথ্য</translation>
<translation id="4815374450404670311">মেম’ৰী পৰীক্ষা (সম্পূৰ্ণ)</translation>
<translation id="4834079235849774599">২) ইণ্টাৰনেট এক্সেছ কৰাৰ সুবিধা থকা অন্য এটা ডিভাইচ</translation>
<translation id="4989087579517177148">আপুনি কেনেকৈ পুনৰুদ্ধাৰ কৰিব বিচাৰে সেয়া বাছনি কৰক।</translation>
<translation id="5019112228955634706">৩) এই ডিভাইচটোৰ বাবে এটা পাৱাৰৰ উৎস</translation>
<translation id="5175612852476047443">অনুগ্ৰহ কৰি আপোনাৰ ডিভাইচটোৰ পাৱাৰ অফ নকৰিব</translation>
<translation id="5232488980254489397">ডায়গন’ষ্টিক্স লঞ্চ কৰক</translation>
<translation id="5341719174140776704">১) ইণ্টাৰনেট এক্সেছৰ সৈতে এটা Android ফ’ন</translation>
<translation id="5477875595374685515">ফাৰ্মৱেৰ লগ পাব পৰা নগ’ল।</translation>
<translation id="5592705604979238266">সহায় কেন্দ্ৰ:</translation>
<translation id="5649741817431380014">আপোনাৰ ফ’নটোত Chrome OS পুনৰুদ্ধাৰৰ বাবে ব্যৱহৃত এপ্‌টো চলি থকাটো অথবা আপোনাৰ বাহ্যিক ডিস্কখনত এটা মান্য ৰিক’ভাৰী ইমেজ থকাটো নিশ্চিত কৰক। সাজু হোৱাৰ পাছত কে’বলডাল অথবা ডিস্কখন পুনৰ ভৰাওক।</translation>
<translation id="5809240698077875994">বিকাশকর্তাৰ ম’ডটো সক্ষম কৰিবলৈ পাৱাৰ বুটামটো টিপক অথবা সুৰক্ষিত হৈ থাকিবলৈ বাতিল কৰক বাছনি কৰক।</translation>
<translation id="586317305889719987">চুপাৰিছ কৰা সুৰক্ষিত ম’ডটোলৈ উভতি যাবলৈ, "সুৰক্ষিত ম’ডলৈ উভতি যাওক" বাছনি কৰক।</translation>
<translation id="5874367961304694171">আপোনাৰ বাহ্যিক ষ্ট’ৰেজ ডিভাইচটো সংযোগ কৰক</translation>
<translation id="5947425217126227027">আপোনাৰ ফ’নটো প্লাগ ইন কৰি অথবা সোঁফালে থকা কিউআৰ ক’ডটো স্কেন কৰি আপোনাৰ Android ফ’নত Chrome OS পুনৰুদ্ধাৰৰ বাবে ব্যৱহৃত এপ্‌টো ডাউনল’ড কৰক। আপুনি এপ্‌টো লঞ্চ কৰাৰ পাছত আপোনাৰ ফ’নটো নিজৰ ডিভাইচটোৰ সৈতে সংযোগ কৰক আৰু পুনৰুদ্ধাৰ কাৰ্য স্বয়ংক্ৰিয়ভাৱে আৰম্ভ হ’ব।</translation>
<translation id="6172915643608608639">অভ্যন্তৰীণ ডিস্কৰ পৰা বুট কৰক</translation>
<translation id="6191358901427525316">আপোনাৰ ডিভাইচটো পুনৰুদ্ধাৰ কৰিবলৈ সাজু হওক। আপোনাক লাগিব:</translation>
<translation id="635783852215913562">ওপৰলৈ অথবা তললৈ নেভিগে’ট কৰিবলৈ এৰ’ কীসমূহ ব্যৱহাৰ কৰক।</translation>
<translation id="6448938863276324156">ইউএছবি ড্ৰাইভৰ দৰে বাহ্যিক ষ্ট’ৰেজ ব্যৱহাৰ কৰি আপুনি পুনৰুদ্ধাৰ কৰিব পাৰে।</translation>
<translation id="6972383785688794804">পেজ আপ</translation>
<translation id="7065553583078443466">এটা বিকল্প বুটল’ডাৰ বাছনি কৰক</translation>
<translation id="7126032376876878896">এটা বিকল্প বাছনি কৰিবলৈ পাৱাৰ বুটামটো ব্যৱহাৰ কৰক।</translation>
<translation id="7154775592215462674">১) ইউএছবি ড্ৰাইভৰ দৰে এটা বাহ্যিক ষ্ট’ৰেজ ডিভাইচ</translation>
<translation id="7157640574359006953">এটা Chrome OS ইমেজ থকা আপোনাৰ বাহ্যিক ডিস্কখন প্লাগ ইন কৰক। এইটো স্বয়ংক্ৰিয়ভাৱে বুট কৰা হ’ব।</translation>
<translation id="7187861267433191629">আপোনাৰ ছিষ্টেমে এটা গুৰুত্বপূর্ণ আপডে’ট প্ৰয়োগ কৰি আছে।</translation>
<translation id="7236073510654217175">সুৰক্ষিত ম’ডলৈ উভতি যাওক</translation>
<translation id="7321387134821904291">ষ্ট’ৰেজৰ অৱস্থা বিষয়ক তথ্য</translation>
<translation id="7342794948394983731">ডায়গন’ষ্টিক সঁজুলি</translation>
<translation id="7352651011704765696">কিবা সমস্যা হৈছে</translation>
<translation id="7365121631770711723">২) আপোনাৰ ফ’ন আৰু এই ডিভাইচটো সংযোগ কৰা এডাল ইউএছবি কেব’ল</translation>
<translation id="7420576176825630019">বিকাশকর্তাৰ ম’ডটো সক্ষম কৰক</translation>
<translation id="7567414219298075193">সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰিবলৈ পুনৰুদ্ধাৰৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰক। সংযুক্ত হৈ থকা সকলো ডিভাইচ আঁতৰাওক, তাৰ পাছত পুনৰুদ্ধাৰৰ বুটামটো টিপি ধৰি ৰাখক, পাৱাৰ বুটামটো ( ⏻ ) টিপক আৰু এৰি দিয়ক, পুনৰুদ্ধাৰৰ বুটামটো এৰি দিয়ক।</translation>
<translation id="7638747526774710781">১) আনটো ডিভাইচত google.com/chromeos/recoveryলৈ যাওক আৰু Chromeৰ এক্সটেনশ্বনটো ইনষ্টল কৰক</translation>
<translation id="7658239707568436148">বাতিল কৰক</translation>
<translation id="7939062555109487992">উচ্চখাপৰ বিকল্প</translation>
<translation id="8011335065515332253">সময় ওকলাৰ পাছত ডিভাইচটো তলত দিয়া বিকল্পসমূহৰ বাছনি কৰাটোৰ অনুসৰি স্বয়ংক্ৰিয়ভাৱে বুট কৰা হ’ব।</translation>
<translation id="8027199195649765326">বিকাশকর্তাৰ ম’ডটো সক্ষম কৰিবলৈ আপোনাৰ Chromeboxত পুনৰুদ্ধাৰৰ বুটামটো টিপক অথবা সুৰক্ষিত হৈ থাকিবলৈ বাতিল কৰক বাছনি কৰক।</translation>
<translation id="8101391381992690790">আপোনাৰ বাহ্যিক ডিস্কখনত এটা মান্য ৰিক’ভাৰী ইমেজ থকাটো নিশ্চিত কৰক আৰু সাজু হ’লে ডিস্কখন পুনৰ ভৰাওক।</translation>
<translation id="8116993605321079294">বৈকল্পিক বুটল’ডাৰটো লঞ্চ কৰোঁতে কিবা ভুল হ’ল। সবিশেষৰ বাবে ফাৰ্মৱেৰ লগ চাওক।</translation>
<translation id="8131740175452115882">নিশ্চিত কৰক</translation>
<translation id="8199613549817472219">আহক আপোনাক পুনৰুদ্ধাৰ প্ৰক্ৰিয়াটোৰ মাজেৰে আগবঢ়াই লৈ যাওঁ</translation>
<translation id="8377165353588213941">আপুনি অন্তিম অংশত উপনীত হৈছে</translation>
<translation id="8569584079758810124">ডিবাগ তথ্য পাব পৰা নগ’ল।</translation>
<translation id="8720490351198901261">আপুনি শীৰ্ষত উপনীত হৈছে</translation>
<translation id="8789686976863801203">আপুনি বিকাশকর্তাৰ ম’ডটো সক্ষম কৰিবলৈ প্ৰয়াস কৰি আছে</translation>
<translation id="8848124168564939055">আপুনি বিকাশকর্তাৰ ম’ড অন কৰিবলৈ বাহ্যিক কীব’ৰ্ড ব্যৱহাৰ কৰিব নোৱাৰে। অনুগ্ৰহ কৰি নেভিগেশ্বনৰ নিৰ্দেশনাৱলীত উল্লেখ কৰা ডিভাইচত থকা বুটামসমূহ ব্যৱহাৰ কৰক।</translation>
<translation id="8878311588372127478">ষ্ট’ৰেজৰ স্ব-পৰীক্ষণ (বৰ্ধিত)</translation>
<translation id="9004305007436435169">ডায়গন’ষ্টিক তথ্য পাব পৰা নগ’ল।</translation>
<translation id="9040266428058825675">যদি পুনৰুদ্ধাৰৰ এটা ইমেজৰ সৈতে আপোনাৰ বাহ্যিক ষ্ট’ৰেজ ডিভাইচটো সাজু আছে, তেন্তে পুনৰুদ্ধাৰৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিবলৈ ইয়াক ডিভাইচটোৰ সৈতে সংযোগ কৰক।</translation>
</translationbundle>